newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

কটন বিশ্ববিদ্যালয়ৰ Biz Fair চাওঁ আহক

Darshana Borah , April 29, 2024
Spread the love

কটন বিশ্ববিদ্যালয়ৰ Buisness & Finance Society ৰ উদ্যোগত অনুষ্ঠিত হৈছে Biz Fair. ২৯ এপ্ৰিলত এদিনীয়াকৈ এই বিপনীৰ আয়োজন কৰা হৈছে । কেৱল কটনৰ ছাত্ৰ-ছাত্ৰীয়েই নহয় গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নিজ হাতেৰে বনাই বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহিছে । চাওঁক এই প্ৰতিবেদন.

ALSO READ: TCS-INFOSYS ৰ দৰে বৃহৎ কোম্পানীত কৰ্মচাৰী হ্ৰাস পালে যদিও এইসমূহ কোম্পানীত বৃদ্ধি পালে চাকৰি