newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

শিপিনীসকলৰ বাবে সু-খবৰ

Darshana Borah , May 18, 2024
Spread the love
Share on Twitter

প্ৰাকৃতিক সম্পদত অসম দেশৰ ভিতৰতে চহকী। বিশেষকৈ এৰী, মুগা, পাটৰ ক্ষেত্ৰত অসমক কোনেও পিছ পেলাব নোৱাৰে। অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে। দেশৰ বাহিৰতো সমাদৃত অসমৰ মুগা ।

হস্ত তাঁত আৰু হস্ত শিল্পৰ প্ৰাক্তন যুটীয়া সচিব গিৰেন সৰকাৰে NEDFi ত অনুষ্ঠিত হোৱা এক Conclave ত শিপিনীসকলক উদ্দেশ্যি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । বিশ্ব বেংকৰ পৰা পোৱা টকাৰে ১০ খন জিলাত কি কি পদক্ষেপ লোৱা হৈছে চাওঁ আহক

ALSO READ: বজাৰ খোলাৰ আগতেই মাৰ্কেট ডাউন ICICI ৰ, চিন্তিত হৈ পৰিল লাখ লাখ বিনিয়োগকাৰী