newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

International Tea Day ত চাওঁক চাহৰ এক বিশেষ কাহিনী

Darshana Borah , May 21, 2024
Spread the love

এজন ব্যক্তিৰ একোটা মূহুৰ্তত একাপ চাহৰ কিমান প্ৰয়োজন হয় তেওঁতকৈ বেছি হয়টো কোনেও অনুভৱ কৰিব নোৱাৰে । দিনটোৰ কৰ্ম ব্যস্ততাৰ মাজে মাজে একাপ চাহে ক্লান্তি দূৰ কৰে । আজি International Tea Day ।

বিজনেছ নৰ্থইষ্টে এনেকুৱা এখন টি ষ্টলত গৈ উপস্থিত হৈছিল য'ত বিশেষভাৱে সক্ষম কেইগৰাকীমান ব্যক্তিৰ হাতেৰে আপুনি লাভ কৰিব একাপ সুস্বাদু চাহ।  আপোনাৰ হাতৰ আঙুলিৰ ভংগিমাত তেওঁলোকে বুজিব আপোনাৰ মনৰ কথা । আপোনাৰ পৰা অৰ্ডাৰ ল'ব, খাদ্য যোগান ধৰিব আৰু আপুনি বিল দিব কেৱল হাতৰ ভংগিমাৰে । চাওঁক এই প্ৰতিবেদন।

ALSO READ: Reliance seeks access to jet fuel pipelines, storages of PSU oil firms