newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ইঞ্জিনিয়াৰিঙৰ পৰা কোটি টকীয়া যাত্ৰা ZERUND ৰ

Darshana Borah , January 30, 2025
Spread the love
Share on Twitter


একাগ্ৰতা , আগ্ৰহ থাকিলে কৰিব নোৱাৰা কাম একো নাই । অভিযান্ত্ৰিক পাঠ্যক্ৰম শেষ কৰি ব্যৱসায়ৰ ফালে মন মেলা এজন যুৱকৰ সফল কাহিনী এইয়া । শিৱসাগৰৰ পৰা আহি গুৱাহাটীত থাকিবলৈ লৈ ZERUND ৰ জৰিয়তে কেৱল অসম নহয় , ভাৰতৰ বাহিৰেও ভূটান আদি ৰাষ্ট্ৰত নিজৰ ব্যৱসায় আগবঢ়াবলৈ সক্ষম হৈছে ডেভিদ গগৈ । বৰ্তমান কোটি টকাৰ টাৰ্ণ অভাৰ Zerund ৰ। বিজনেছ নৰ্থ ইষ্টৰ আগত তেওঁ বৰ্ণনা কৰা সফলতাৰ যাত্ৰাৰ কাহিনী শুনো আহক ।

ALSO READ: ৫০,০০০ টকা বিনিয়োগেৰে ১.১০ লাখ টকাৰ আয় ৰঞ্জিতা দেৱীৰ