business-northeast-logo

কেইগৰাকীমান অসমীয়া মহিলা উদ্যমীৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে 'অসমী 24 THE INDIGENOUS STORY'

Darshana Borah


Spread the love

গুৱাহাটী: যোৱা ২১ মাৰ্চ বৃহস্পতি বাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ আছে ' অসমী  24 THE INDIGENOUS STORY' ৰ উদ্যোগত Exhibition cum Sale। কেইগৰাকীমান উদ্যমী অসমীয়া মহিলাৰ প্ৰচেষ্টাত গঢ়ি উঠা এই অনুষ্ঠানটোৱে বহু নাৰীক কৰ্ম সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ।

 

এই মেলা অনুষ্ঠিত হৈ আছে দীঘলীপুখুৰীৰ সমীপৰ সত্যনাথ বৰা হলত । প্ৰায় ৩০ খনৰো অধিক বিপনী লৈ আহিছে বহু কেইগৰাকী উদ্যমী মহিলাই । বিশেষকৈ হস্ত শিল্পৰ ক্ষেত্ৰত অধিক গুৰুত্ব লাভ কৰিছে এই মেলাই। বৃহস্পতি বাৰে এই মেলাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসমৰ জনপ্ৰিয় চেফ অতুল লহকৰে।  চাওঁক এই প্ৰতিবেদন ।

Darshana Borah