business-northeast-logo

পূৰ্বৰ দৰে বজাৰত নাই ৰঙালীৰ উচাহ; অনলাইন স্বপিঙে ম্লান পেলাইছে গ্ৰাহকৰ ভিৰ

Darshana Borah


Spread the love

বিহু সমাগত । হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া । ঘৰে ঘৰে চিৰা-পিঠা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে অসমীয়া জীয়াৰী-বোৱাৰী। তাঁতশালত ৰচিছে সপোন । সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো পৰিয়ালৰ লগত সকলো লোক ওলাই আহিছে বিহুৰ বজাৰ কৰাৰ উদ্দেশ্যে । কিন্তু পূৰ্বতকৈ কিছু পৰিমাণে বজাৰত ম্লান পৰিছে ৰঙালীৰ উচাহ। অনলাইন স্বপিং ৰ বাবে আজিকালি বহু পৰিমাণে কমি গৈছে বজাৰৰ ভিৰ । বিজনেছ নৰ্থইষ্টৰ এক প্ৰতিবেদনত বহু দোকানীয়ে মন্তব্য কৰিছে যে নতুন নতুন বহু ডিজাইনৰ কাপোৰ বজাৰত আহিছে যদিও গ্ৰাহকৰ উপস্থিতি সেৰেঙা । তাৰমাজত অসমীয়াৰ ৰঙালীক আদৰিবলৈ উঠি-পৰি লাগিছে প্ৰতি ঘৰ অসমীয়া । চাওঁক এই বিশেষ প্ৰতিবেদন ।

ALSO READ: IndiGo leapfrogs Southwest Airlines to become the third most valuable airlines globally

Darshana Borah