business-northeast-logo

Bidang ৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে Bhabajeet Choudhury

Darshana Borah


Spread the love

শৰীৰ চৰ্চাৰ জৰিয়তে জিলিকি উঠা এটা নাম হ'ল ভৱজিত চৌধুৰী । পাঠশালাৰ এইজন যুৱকে চৰকাৰী চাকৰি ত্যাগ কৰি ২০১৪ চনত গুৱাহাটীত স্থাপন কৰিছিল Bidang MMA & Fitness Gym । 

কেৱল মাত্ৰ ৩৫০০০ টকাৰে আৰম্ভ কৰা Bidang এতিয়া ৮ টালৈ প্ৰসাৰিত হ'ল ।

গুৱাহাটী মহানগৰীৰ জু- ৰোড, বেলতলা, ভৰলুকে আদি কৰি গুজৰাটৰ বৰোদাটো স্থাপন হৈছে Bidang ৰ শাখা । ইয়াত জিম, ক্ৰছ ফিটৰ লগতে Martial Arts ৰ প্ৰশিক্ষণ দিয়া হয়। চাওঁক এই বিশেষ প্ৰতিবেদন ।

ALSO READ: NRL funds 55 Northeast start-ups through 'Ideation' initiative

Darshana Borah