business-northeast-logo

এগৰাকী ইউটিউবাৰ তথা যুৱ উদ্যমীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

Darshana Borah


Spread the love


এগৰাকী যুৱ উদ্যমী, নাম জুবেইৰ হাছান। অসমৰ বহু লোকে তেখেতৰ ইউটিউবৰ বিভিন্ন ভিডিঅ' প্ৰত্যক্ষ কৰিছে । এইগৰাকী উদ্যমী যুৱকে নিজৰ idea ৰ যোগেদি কিছু নতুন নতুন কামত নিয়োজিত কৰিছে । North Base Indiar founder এইগৰাকী যুৱকে মূলধন অবিহনেই কামত আগবাঢ়ি গৈছে । যিকোনো মানুহে Clothing Brand আৰম্ভ কৰিব বিচাৰিলে এইলোকে বিনিয়োগ অবিহনেই চাৰ্ভিছ প্ৰদান কৰে । কিনো এই North Base India চাওঁ আহক ।

ALSO READ: 4 more Assam-based startups secure grants, equity investment

Darshana Borah