business-northeast-logo

ভাৰতীয় ৰে'লৱেৰ Economy Meals ৰ বিষয়ে শুনিছেনে? ২০ টকাত খাদ্য যোগানৰ নতুন পদক্ষেপ ৰে'ল বিভাগৰ

Darshana Borah


Spread the love

 

নতুন নতুন পদক্ষেপ গ্ৰহণ কৰাত কেতিয়াও পিছ পৰি নাথাকে ভাৰতীয় ৰে'লৱে। এইবাৰ ৰে'ল বিভাগৰ নতুন পদক্ষেপ হৈছে Economy Meals. দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবে ভাৰতীয় ৰে'ল বিভাগে অতি কম দামত খাদ্য যোগানৰ ব্যৱস্থা কৰিছে । যাৰ নাম দিয়া হৈছে ' জন আহাৰ ' । ২০ টকাত উপলব্ধ এই Economy Meals ত কি কি আছে চাওঁ আহক ।

Darshana Borah